আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ টুকুৰা হাদীগাঁও পানী যোগান আঁচনি খন পৰিদৰ্শন কৰোঁ ।

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ টুকুৰা হাদীগাঁও পানী যোগান আঁচনি খন পৰিদৰ্শন কৰোঁ ।

পৰিদৰ্শন কালত এই আঁচনিৰ কাৰিকৰী দিশ তথা অন্যান্য বিভাগীয় কাম-কাজৰ বিষয়ে বিষয়াবৰ্গৰ পৰা বুজ লওঁ ৷ স্থানীয় ৰাইজক খোৱা পানী যোগানেৰে উপকৃত কৰাৰ অৰ্থে আঁচনিখনৰ কাম সুচাৰুৰূপে অব্যাহত ৰাখিবলৈ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনাওঁ ।

Water projects under PHED are ensuring ease of living

Visited the Tukura Hadigaon PWSS under Goalpara division.

Reviewed the development of the work & asked the officials to continue their efforts to provide quality drinking water to the rural households.

CMO AssamMyGov Assam