“এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগণ ৷৷”

“এই পৃথিৱী এক ক্ৰীড়াংগনক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগণ ৷৷”

আজি টিহুত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী যুৱ মৰ্চা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী প্ৰাইজমাণি নক আউট ফুটবল প্ৰতিযোগিতাখনত উপস্থিত থাকোঁ ৷

নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন খেলুৱৈ সকলৰ খেল জগতখনৰ প্ৰতি থকা নিষ্ঠা আৰু দক্ষতা দেখি আপ্লুত হৈছোঁ। অনাগত দিনত, প্ৰতিযোগিতা খনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰতিগৰাকী খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৷

আজিৰ এই প্ৰতিযোগিতাত মোৰ সৈতে নলবাৰী জিলা বিজেপিৰ সভাপতি শ্ৰী মৃগাংক তালুকদাৰ, নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰী হেমন্ত বৰ্মন উপস্থিত থাকে ৷

Sport has the power to change the world.

Delighted to attend Dr Chandrakant Talukdar Memorial football tournament at Tihu under the initiative of Nalbari Yuva Morcha Zilla Samiti of BJP.

Impressed by the zeal & skill of the players & wish them great success.

BJP Assam Pradesh