অদম্য সাহসেৰে জাতীয় জীৱনক সম্ভ্ৰান্ত কৰি যোৱা জাতীয় বীৰপুৰুষ সকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ অনন্য পদক্ষেপ

অসম সচিবালয়ত আগন্তুক দিনত প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, আহোম স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব ৷

তাৰপৰিপ্ৰেক্ষিতত আজি প্ৰতিমূৰ্তি স্থাপন হ’বলগীয়া স্থান সমূহ পৰিদৰ্শন কৰোঁ ৷ এই পৰিদৰ্শন কালত মোৰ সৈতে মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱা, সাংস্কৃতিক বিভাগৰ অতিৰিক্ত সচিব শ্ৰী পবন বৰঠাকুৰকে আদি কৰি আন বিষয়া সকল উপস্থিত থাকে ৷

May be an image of 14 people, people standing and outdoors

To revitalize our glorious past

Statues of ancient King of Kamarupa Kumar Bhaskaravarman, Ahom Swargadeo Chaolung Siu-Ka-Pha & Koch King Naranarayan will be installed in the Assam Secretariat.

Visited the assigned places with Chief Secretary & other officials.