পাটাছাৰকুছি সমষ্টিৰ বাঘমাৰাস্থিত নৰ্থ কামৰূপ কলেজৰ পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত আজি উপস্থিত থাকোঁ।

পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষক গোটৰ সদস্য সকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মহাবিদ্যালয় খনৰ শৈক্ষিক, আন্তঃগাঁথনিকে আদি কৰি বিভিন্ন দিশ সম্পৰ্কত বিস্তৃত ভাৱে আলোচনা কৰাৰ লগতে অনাগত সময়খিনিত মহাবিদ্যালয়ৰ প্ৰয়োজনীয় কাম সমূহ নিয়াৰিকৈ সম্পাদন কৰাৰ হেতু এলানি পৰিকল্পনা যুগুত কৰা হয়।

May be an image of 14 people, people sitting, people standing and indoorMay be an image of 11 people, people standing, people sitting and indoor

অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি অহাৰ ক্ষেত্ৰত অপৰিসীম ভূমিকা গ্ৰহণ কৰি অহা মহাবিদ্যালয়খনৰ সকলো দিশ সবল কৰাৰ ক্ষেত্ৰত শিক্ষক তথা ছাত্ৰ সমাজকে আদি কৰি বৌদ্ধিক ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতা এই সভাৰ দ্বাৰা আহ্বান জনাওঁ।

Pleased to attend an important management meeting of the North Kamrup College at Baghmara under Patacharkuchi Constituency.

May be an image of 4 people, people sitting, people standing and indoorMay be an image of 8 people, people sitting and people standing

Discussed academic, infrastructural and various other aspects of the college in detail in the presence of the officials of the management body & members of Teachers’ Group. Proper planning was done to carry out the needful changes in the college in an effective manner in the near future.

May be an image of 14 people, people sitting, people standing and indoor

I called for the valuable advice and cooperation of the intellectuals, including teachers and students, in strengthening all aspects of the college which has played a vital role in enriching the educational environment of the region.