বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত “এথলেটিকচ প্ৰতিযোগিতা’ ত উপস্থিত থাকি আনন্দিত হৈছোঁ।

আজি বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত “এথলেটিকচ প্ৰতিযোগিতা’ ত উপস্থিত থাকি আনন্দিত হৈছোঁ।

প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈৰ উদ্যমী মানসিকতাই মোক যথেষ্ট উৎসাহিত কৰিছে। ৰাজ্যত শেহতীয়াকৈ ক্ৰীড়াৰ এক সুস্থ পৰিৱেশ গঢ় লৈ উঠিছে, যাৰ ফলত আগন্তুক সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমখন ভাৰতৰ অন্যতম ৰাজ্য হিচাবে পৰিগণিত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস।

May be an image of 12 people, people sitting and people standingMay be an image of 4 people, people standing and outdoors

এই প্ৰতিযোগিতাত মোৰ সৈতে ৰাজ্যিক ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সদস্য সচিব শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান Nktv ৰ পৰিচালন সঞ্চালক শ্ৰী নিপন তালুকদাৰ উপস্থিত থাকে।

May be an image of 7 people, people standing, people sitting, tree and outdoors

The growing culture of sports in the state is a positive indication.

Glad to be present at the Athletics Competition held at Bajali HS School. The initiative taken by Bajali Sports Association is commendable in building the ethos of sportsmanship amongst the students.