আজি পাঠশালা সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ ৷

পাঠশালা অঞ্চলৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পাঠশালা সাহিত্য সভাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ আমাৰ নৱ প্ৰজন্মক এই দিশ সমূহত আগুৱাই নিয়াৰ ক্ষেত্ৰত পাঠশালা সাহিত্য সভাই নিজ দায়িত্ব পালন কৰি আহিছে ৷

May be an image of 10 people and people sitting

আজিৰ এই বৈঠকত অনাগত দিনৰ বিভিন্ন কাৰ্যাৱলী আৰু পৰিকল্পনা সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰা হয় আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

May be an image of 6 people, people standing and people sitting

Our language, literature & culture are our identities.

Attended a meeting with the officials of Pathsala Sahitya Sabha & took some important decisions. Its special role in the educational, social & intellectual development of the region is immeasurable.

May be an image of 9 people and people sitting