আজি পাঠশালাৰ পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈ বিষয়া কৰ্মচাৰী সকলৰ সৈতে এখনি বৈঠকত মিলিত হওঁ ৷

আজি পাঠশালাৰ পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈ বিষয়া কৰ্মচাৰী সকলৰ সৈতে এখনি বৈঠকত মিলিত হওঁ ৷

এই বৈঠকত বিষয়া সকলৰ পৰা পৌৰসভা খনৰ বিভিন্ন সমস্যাৰাজীৰ বিষয়ে বুজ লওঁ আৰু আগন্তুক দিনত পৌৰসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থাৰ

ওপৰত বিশদভাৱে আলোচনা কৰোঁ ৷

To evaluate efficiency in the developmental work, attended a meeting with the officials at the Municipal office at Pathsala.

Took stock of various issues faced by them, & discussed a detailed course of action for its smooth functioning in the coming days.