I personally had a word with the Hon’ble MLA of Dhemaji Shri Ranoj Pegu & JJM

ধেমাজিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত নামৰ প্ৰসংগক লৈ দেখা দিয়া বিসংগতি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম যোগে দৃষ্টিগোচৰ হৈছে ৷ এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জল জীৱন মিছনৰ মিছন সঞ্চালকৰ সৈতে মই ব্যক্তিগতভাৱে আলোচনা কৰি ইয়াৰ ওপৰত উচিৎ তদন্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছোঁ ৷May be a Twitter screenshot of text that says "Ranjeet Kumar Dass @RanjeetkrDass 15m Thanks for bringing this to our notice. personally had a word with the Hon'ble MLA of Dhemaji Shri @ranojpeguassam & @JJM Assam Mission Director, This shall be resolved as quickly as possible & prompt necessary action will be taken. Pankaj Bhattacharjee @pankajbhatta. 1h ধেমাজিব গাঁওখনৰ নাম বুড়াকুবি। চবকাবী বিভাগে ফলক আঁবি দিলে পাকিস্তান বুলি। বীব লাচিত সেনাই কলা বং সানিলে বিভাগীয় মন্ত্রী @RanjeetkrDass এইবোৰ কথা গম পাইনে। ব্যরস্থা লোরাতো প্রয়োজনা অসমম চবকাব পাকিস্তান চুবা পানী যোগান আচনি জনস্বাস্থ্য কাবিকরী বিভাগ ঘ্রিলামবা সংমগুল, মিলামনা।"

মই ৰাইজক অৱগত কৰিব বিচাৰিছো যে, ইয়াক যিমান সম্ভৱ সোনকালে সমাধান কৰা হ’ব আৰু তাৎক্ষণিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

Thanks for bringing this to our notice. I personally had a word with the Hon’ble MLA of Dhemaji Shri Ranoj Pegu & JJM Mission Director, This shall be resolved as quickly as possible & prompt necessary action will be taken.