আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত মাননীয় ৰাজ্যসভাৰ সদস্য Dr. Subramanian Swamy ডাঙৰীয়াৰ সাক্ষাৎ লাভ কৰোঁ ৷

এই সাক্ষাৎকালত তেখেতৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ ৷ তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শই আগন্তুক দিনত সেৱা কাৰ্য সমাপনৰ ক্ষেত্ৰত মোক উপকৃত কৰিব ৷