মুম্বাইত মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডা ডাঙৰীয়াক সাক্ষাৎ লাভ কৰি অন্তৰংগ আলাপ কৰাৰ কিছু মুহূৰ্ত…

মুম্বাইত মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি. নাড্ডা ডাঙৰীয়াক সাক্ষাৎ লাভ কৰি অন্তৰংগ আলাপ কৰাৰ কিছু মুহূৰ্ত…

মই মন্ত্ৰীসভাৰ দায়িত্ব গ্ৰহণ কৰা পিছত মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক আজি পোন প্ৰথমবাৰৰ বাবে লগ পাওঁ ৷ তিনিদিনীয়া প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ আহোঁতে তেখেতৰ সাক্ষাৎ লাভ কৰি কিছু বাৰ্তালাপ কৰোঁ ৷