এটি সুন্দৰ দিনৰ কামনা কৰি সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ মঙ্গল কামনা কৰিছোঁ ৷

এটি সুন্দৰ দিনৰ কামনা কৰি সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ মঙ্গল কামনা কৰিছোঁ ৷

May be an image of 4 people, people standing, outdoors and tree

আজি মুম্বাইস্থিত ‘ৰামভাউ ম্হালগী প্ৰবোধিনী’ প্ৰশিক্ষণ সংকুলৰ প্ৰাঙ্গণত অসমৰ বিধায়ক সকলৰ সৈতে প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰোঁ ৷

May be an image of 4 people, people standing, outdoors and tree

আজিৰে পৰা ১৪ নৱেম্বৰ তাৰিখলৈ হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে সকলোৱে মোৰ সৈতে প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ বাবে সাজু হৈছে ৷

অনুজ সকলে এনেদৰে মোৰ পথকেই অনুকৰণ কৰাত অত্যন্ত সুখী হৈছোঁ ৷

May be an image of 7 people, people standing and outdoors