
ভাৰতৰ স্বাধীনতা সংগ্ৰামী, আদিবাসী জননায়ক বীৰ বীৰচা মুণ্ডাক জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটোক “জনজাতীয় গৌৰৱ দিৱস” হিচাপে পালন কৰাৰ ইতিমধ্যেই সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু বীৰ বীৰচা মুণ্ডাৰ অতুলনীয় সেৱা আৰু অদম্য সাহসক স্মৰণ কৰিছোঁ।