“যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।” ড° বাণীকান্ত কাকতি।

May be an image of 1 person and text that says "একনিষ্ঠ সাধনা আক গরেষণাবে অসমীয়া ভাষা সাহিত্যব ক্ষেত্রখনক সমৃদ্ধ কবি যোবা ড° বাণীকান্ত কাকতি দেবক আজি জন্ম তথা মৃত্যু দিবসত গভীব শ্রদ্ধাবে সুঁববিছো RanjeetKrDass www.ranjeetkrdas.in"

“যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।” ড° বাণীকান্ত কাকতি।

অসমীয়া ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক তথা অসমীয়া ভাষাৰ স্বকীয়তা আৰু বৰ্ণময় ঐতিহ্যক বিশ্বৰ বৌদ্ধিক মহলত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমীয়া জাতীয়তাবাদী চিন্তাৰ জনক, বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ ড° বাণীকান্ত কাকতি দেৱৰ জন্ম তথা মৃত্যুদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

তেখেতৰ অমূল্য অৱদান সমূহে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷