আজি বজালী জিলা সত্ৰ মহাসভা আৰু ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ যৌথ উদ্যোগত ছৈবাৰী মহাপুৰুষীয়া সত্ৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা “সত্ৰীয়া সাংস্কৃতিক দিৱস” ত উপস্থিত থাকি আপ্লুত হ’লো ৷

আজি বজালী জিলা সত্ৰ মহাসভা আৰু ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ যৌথ উদ্যোগত ছৈবাৰী মহাপুৰুষীয়া সত্ৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা “সত্ৰীয়া সাংস্কৃতিক দিৱস” ত উপস্থিত থাকি আপ্লুত হ’লো ৷

আজিৰ এই অনুষ্ঠানত উপস্থিত ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজৰ সন্মুখত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ অমূল্য সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰোঁ৷ আমাৰ ঐতিহ্য আৰু পৰম্পৰা সত্ৰীয়া সংস্কৃতিৰ জয়যাত্ৰা অক্ষুন্ন ৰাখি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমাৰ কৰণীয় সন্দৰ্ভত আজিৰ সভাত মোৰ বক্তব্য ৰাখো ৷