কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াক আজি সৌজন্যমূলক সাক্ষাৎ কৰি মত বিনিময় কৰোঁ ৷

অসম ভ্ৰমণলৈ অহা মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াক আজি সৌজন্যমূলক সাক্ষাৎ কৰি মত বিনিময় কৰোঁ ৷

এই মত বিনিময়ৰ জৰিয়তে তেখেতে আগবঢ়োৱা বহুমূলীয়া দিহা-পৰামৰ্শই আগন্তুক দিনত বিভাগীয় কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত আমাক উপকৃত কৰিব ৷

Pleased to welcome Hon’ble Union MoS for Consumer Affairs, Food and Public Distribution Shri Ashwini Choubey Dangoria on his visit to Assam.

We interacted & exchanged views on various topics. His valuable suggestions will certainly help us in our departmental work.