খানাপাৰাস্থিত ৰাজ্যিক অতিথিশালাত মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত Ashwini Choubey ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক অভিকৰণ সমূহ আৰু ভাৰতীয় খাদ্য নিগমৰ সৈতে ‘ধান ক্ৰয়’ ৰ ওপৰত হোৱা এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷

আজি খানাপাৰাস্থিত ৰাজ্যিক অতিথিশালাত মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত Ashwini Choubey ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক অভিকৰণ সমূহ আৰু ভাৰতীয় খাদ্য নিগমৰ সৈতে ‘ধান ক্ৰয়’ ৰ ওপৰত হোৱা এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷

আগন্তুক দিনত ধানৰ নূন্যতম সমৰ্থিত মূল্য (MSP)ৰ বৃদ্ধিৰ দ্বাৰা ৰাজ্যৰ খেতিয়ক সকলক কেনেদৰে উপকৃত কৰিব পাৰি সেই সন্দৰ্ভত আজিৰ বৈঠকত বিস্তৃত ভাৱে আলোচনা কৰা হয় আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰধান সচিব শ্ৰী সমীৰ কুমাৰ সিনহাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া সকল উপস্থিত থাকে ৷

May be an image of 3 people and people sitting

Ensuring MSP to the farmers and availability of food grains to the weaker sections at affordable prices are crucial for overall food security. Attended a meeting on Paddy Procurement with state agencies & FCI in the presence of Samir Sinha & other department officials.