অভিনেতা বিজু ফুকন ডাঙৰীয়াক স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

৭০ দশকৰ পৰা অসমীয়া চলচিত্ৰত এক সুকীয়া স্থান গঢ়ি দৰ্শক ৰাইজৰ হৃদয়ত বসতি কৰা চিৰসেউজ অভিনেতা বিজু ফুকন ডাঙৰীয়াক স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

মহানায়ক গৰাকীৰ অনবদ্য অভিনয় প্ৰতিভাই অসমীয়া চলচিত্ৰক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে।

May be an image of 1 person, glasses and text