আজি বাক্সা জিলাৰ বৰমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰমা প্ৰাথমিক চিকিৎসালয়খন পৰিদৰ্শন কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি বাক্সা জিলাৰ বৰমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰমা প্ৰাথমিক চিকিৎসালয়খন পৰিদৰ্শন কৰোঁ ৷

এই পৰিদৰ্শন কালত চিকিৎসালয় খনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লওঁ ৷

As urged by Hon’ble CM Dr Himanta Biswa Sarma Dangoria, visited the Barama Primary Health Centre in Barama DB under Baksa District. Took stock of the infrastructure of the hospital as well as interacted with the patients undergoing treatment.