বাক্সা জিলাৰ আজি দ্বিতীয় কাৰ্যসূচী হিচাবে বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰোঁ

বাক্সা জিলাৰ আজি দ্বিতীয় কাৰ্যসূচী হিচাবে বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰোঁ ৷ পৰিদৰ্শন কালত বিদ্যালয় খনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে শিক্ষক-কৰ্মচাৰী সকল আৰু কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে শৈক্ষিক দিশত মত বিনিময় কৰোঁ ৷

May be an image of 8 people, people standing, outdoors and tree

To ensure an overall growth in the area, visited Barama Uttar Bazar Primary School in Baksa Dist. During the inspection, discussed about the infrastructure of the school. Also, interacted about the academics with the teachers & some students.

May be an image of 14 people, people sitting, people standing and indoor