বাক্সা জিলাৰ তৃতীয় কাৰ্যসূচী হিচাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰমা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

বাক্সা জিলাৰ তৃতীয় কাৰ্যসূচী হিচাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰমা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

ইয়াৰোপৰি, আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা গোটৰ হিতাধিকাৰী সকলক “ই-ৰিক্সা” বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ ৷ এই ই-ৰিক্সা সমূহে গোটৰ মহিলা সকলক আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷

A fruitful interaction was held with the women SHG members of Barama DB at the ASRLM office under P&RD Dept.

Glad to launch the e-Rickshaw Distribution Programme by the Dept. for the SHG beneficiaries. I believe it will help further the self-reliance journeys of women.