২নং দীঘলদঙ্গা গুদি পঢ়াশালি নামৰ অঙ্গনবাড়ী কেন্দ্ৰটি পৰিদৰ্শন কৰি বাক্সা জিলাত পঞ্চমটো কাৰ্যসূচী ৰূপায়ণ কৰোঁ ৷

২নং দীঘলদঙ্গা গুদি পঢ়াশালি নামৰ অঙ্গনবাড়ী কেন্দ্ৰটি পৰিদৰ্শন কৰি বাক্সা জিলাত পঞ্চমটো কাৰ্যসূচী ৰূপায়ণ কৰোঁ ৷

এই পৰিদৰ্শন কালত অঙ্গনবাড়ী কেন্দ্ৰটিৰ অভাৱ-অভিযোগ সমূহ বুজ লোৱাৰ লগতে এই সমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰোঁ ৷ ইয়াৰোপৰি, কেন্দ্ৰটিৰ শিক্ষয়িত্ৰী গৰাকী আৰু সহায়িকাৰ লগতে কণ কণ শিশু সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

Early childhood care facilitates their holistic growth. Visited the Anganwadi centre at 2nd Digholdonga Gudi School of Baksa Dist. Carefully listened to the issues & assured quick action. Interacted with the teachers, assistants & the children.