আজি গোৱালপাৰা জিলাৰ আৱৰ্ত্ত ভৱনত বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰোঁ ৷ এই কাৰ্যসূচীত মোৰ সৈতে গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়া উপস্থিত থাকে ৷

ইয়াৰোপৰি, হিতাধিকাৰী সকলৰ মাজত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক’ভিডত প্ৰাণহানি হোৱা লোকৰ নিকটাত্মীয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰা ‘প্ৰাৰ্থনা আঁচনি’ ৰ চেক বিতৰণ কৰোঁ ৷ এই সাহায্যই তেখেতসকলক কিছু পৰিমাণে উপকৃত কৰিব বুলি মোৰ বিশ্বাস ৷

Interacted with the beneficiaries of various schemes at Circuit House,Goalpara, in the presence of DC of Goalpara Dist. Also, distributed cheques under Prarthana Scheme by HCM Dr Himanta Biswa Sarma Dangoria,to the next of kin of those who lost their lives to COVID-19.






