আজি গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

আজি গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

এই বৈঠকত তিনিওটা বিভাগৰ বিষয়াবৰ্গৰ পৰা কামৰ খতিয়ান লওঁ ৷ প্ৰতিটো বিভাগৰ অধীনৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বুজ লৈ আগন্তুক দিনৰ কাৰ্যপন্থাৰ পৰিকল্পনা সন্দৰ্ভত বিভাগীয় বিষয়া সকলৰ সৈতে আলোচনা কৰোঁ ৷

May be an image of 1 person, sitting and standing

জিলাখনৰ প্ৰকৃত হিতাধিকাৰীয়ে আটাইকেইটা বিভাগৰ আঁচনি সমূহৰ পৰা উপকৃত হোৱাৰ ক্ষেত্ৰত নিজ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিবলৈ সকলোকে আহ্বান জনাওঁ ৷ আজিৰ এই পৰ্যালোচনা বৈঠকত গোৱালপাৰা জিলাৰ উপায়ুক্তকে প্ৰমুখ্য কৰি তিনিওটা বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

May be an image of 2 people, people standing, food and indoor

Addressed a review meeting of the P&RD, FCS&CA and PHED at DC office, Goalpara Dist.

Appraised the progress of various developmental work from the officials of all 3 Depts. We also detailed out the plan of action for the coming days & urged their due diligence in doing so.