আজি পাটাছাৰকুছি সমষ্টিৰ মণ্ডল কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসমৰ প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘মণ্ডল প্ৰশিক্ষণ শিবিৰ’ ত অংশগ্ৰহণ কৰোঁ আৰু কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হওঁ ৷

To lead the way for a better tomorrow
Glad to attend the Mandal Training Camp organized by the Training Department of BJP Assam Pradesh at the Mandal office in Patacharkuchi constituency. It was great to have some valuable interactions with the Karyakartas.





