অলপতে ইহলীলা সম্বৰণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়া দেৱৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷

অলপতে ইহলীলা সম্বৰণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়া দেৱৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷ ঈশ্বৰে পৰিয়ালটোক ধৈৰ্য আৰু সাহস প্ৰদান কৰক তাকে কামনা কৰিছোঁ ৷

মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ সভাপতি শ্ৰী অনিল দাস আৰু দলৰ মুখপাত্ৰ শ্ৰী সুভাষ দত্ত উপস্থিত থাকে ৷

May be an image of 7 people, people sitting, people standing and indoor