আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ‘প্ৰাৰ্থনা আঁচনি’ ৰ জৰিয়তে ২.৫০ লাখ টকাৰ চেক বিতৰণ কৰোঁ ৷

তেখেতসকলৰ এই দুৰ্যোগৰ সময়ত আজি প্ৰদান কৰা আৰ্থিক সাহায্যই কিছু পৰিমাণে সকাহ প্ৰদান কৰিব বুলি মোৰ বিশ্বাস ৷ ঈশ্বৰে তেখেতসকলক ধৈৰ্য আৰু শক্তি প্ৰদান কৰক তাকে কামনা কৰিছোঁ ৷

The Prarthana Scheme has given strength to the next of kin of the people who lost their lives to COVID-19.
In a meeting held at the DC office in Dhubri, distributed cheques worth ₹2.50 lakh under the scheme.





