সৰভোগৰ বাৰেগাঁৱৰ নিবাসী ৯০ বছৰ বয়সীয়া সাবিত্ৰী নাথ জেঠাইক আজি লগ পাই মই আনন্দিত

সৰভোগৰ বাৰেগাঁৱৰ নিবাসী ৯০ বছৰ বয়সীয়া সাবিত্ৰী নাথ জেঠাইক আজি লগ পাই মই আনন্দিত হ’লো ৷ বাৰেগাঁৱলৈ যিমান বাৰেই যাওঁ প্ৰতিবাৰেই মই জেঠাইক এবাৰ সাক্ষাৎ কৰোঁ ৷

আজি জেঠাইক সাক্ষাৎ কৰি আগন্তুক দিনৰ বাবে আশীৰ্বাদ বিচাৰোঁ ৷