‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি বিশ্বনাথ বিধান সভা সমষ্টিৰ ১৭৫ নং পুলিং বুথৰ অন্তৰ্গত এৰাবাৰী প্ৰাথমিক বিদ্যালয় (পূব) ভোটকেন্দ্ৰৰ অন্তৰ্গত ক’ভিড টিকা নোলোৱা ব্যক্তিসকলক ক’ভিড টিকা প্ৰদান কৰোঁ ৷

ইয়াৰ লগতে, উক্ত পুলিং বুথত ১০০ শতাংশ ক’ভিড টিকা প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰোঁ ৷ আজিৰ এই কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰী শ্ৰী Sanjoy Kishan আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তই মোক সংগ প্ৰদান কৰে ৷

Every life is precious & #HarGharDastak is securing everyone’s health.




