আজি লখিমপুৰ জিলাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত মিত্ৰদলৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

লখিমপুৰ জিলাৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰদলৰ সহযোগিতা একান্তই কামনা কৰি আজিৰ সভাখনি সম্বোধন কৰোঁ ৷ তাৰোপৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ কল্যাণৰ অৰ্থে মুকলি কৰা আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত তেখেতসকলৰ দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা কামনা কৰোঁ ৷

May be an image of 5 people, people sitting, people standing and indoor

May be an image of 4 people and people standing

আজিৰ এই সভাখনিত বিধায়কসকল ক্ৰমে শ্ৰী মানৱ ডেকা, শ্ৰী নৱ কুমাৰ দলে, শ্ৰী অমিয় কুমাৰ ভূঞাকে আদি কৰি বিজেপিৰ লখিমপুৰ জিলা সভাপতি শ্ৰী ফনী বৰুৱা আৰু অসম গণ পৰিষদ দলৰ লখিমপুৰ জিলাৰ সভাপতি শ্ৰী দীপক বৰদলৈ উপস্থিত থাকে ৷

May be an image of 16 people, people sitting and people standing