আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত উপস্থিত হৈ ‘গ্ৰীণ গেলাৰী’ পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷

লগতে, এই গ্ৰীণ গেলাৰীৰ কাম-কাজত নিয়োজিত সংশ্লিষ্ট বিভাগক ক্ষিপ্ৰতাৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰোঁ ৷

এই পৰিদৰ্শন কালত স্থানীয় বিধায়ক শ্ৰী Manab Deka, বিহপুৰীয়াৰ বিধায়ক শ্ৰী অমিয় কুমাৰ ভূঞা, ঢকুৱাখানাৰ বিধায়ক শ্ৰী Naba Kumar Doley আৰু লখিমপুৰ জিলাৰ উপায়ুক্ত উপস্থিত থাকে ৷

Visited Lakhimpur Telahi Kamalabaria College to evaluate the progress of the work of ‘Green Gallery’. Directed the concerned officials engaged with the functioning of Green Gallery to complete the work expeditiously.





