আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰীৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ।

আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰীৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ।

May be an image of 6 people, people standing and text that says "REVIEW MEETING P&RD, PHE AND FCS & CA DEPARTMENT LAKHIMPUR DISTRICT SRI RAN. FT KUMAR DAS HON BLE MINIST' RCA, GAD AND SAD, ASSAM VENUE DATE: LL, DC S OFFICE R TIME 10.00 AM"

পৰিকল্পনা, পৰিশ্রম আৰু কর্মসংস্কৃতিৰ জৰিয়তে বিভাগীয় কাম-কাজ সমূহ সফলভাৱে সমাপন কৰিব পৰা যায় বুলি মই বিশ্বাস কৰোঁ।

May be an image of 2 people and people standing

আজিৰ এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকি বিভাগীয় কাম-কাজ সমূহৰ অগ্ৰগতি সম্পৰ্কে বুজ লওঁ আৰু বিভাগৰ অন্তৰ্গত আঁচনিসমূহৰ দ্ৰুত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰোঁ।

May be an image of 2 people, people sitting and people standing

আশা কৰোঁ, বিভাগীয় বিষয়ববীয়া সকলৰ সক্ৰিয়তাই অনাগত দিনত লখিমপুৰ জিলাৰ উন্নয়নত নিশ্চিতি প্ৰদান কৰিব।

May be an image of 12 people, people sitting, people standing and indoor

আজিৰ এই বৈঠকত স্থানীয় বিধায়ক শ্ৰী মানৱ ডেকা, বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী অমিয় কুমাৰ ভূঞা, ঢকুৱাখানা বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী নৱ কুমাৰ দলে আৰু লখিমপুৰ জিলাৰ উপায়ুক্তকে প্ৰমুখ্য কৰি তিনিওটা বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

Planning, a desire to serve & a dedicated work culture can help us successfully implement schemes for the welfare of the people. Addressed review meetings of P&RD, PHED & FCS&CA at DC office, Lakhimpur, & interacted with the officials to ensure developmental progress.