আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰস্থিত ঐতিহাসিক শংকৰ-মাধৱৰ মনিকাঞ্চন সংযোগ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰ দৰ্শন কৰি আত্মবিভোৰ হ’লো ৷

May be an image of 5 people and indoor

আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰস্থিত ঐতিহাসিক শংকৰ-মাধৱৰ মনিকাঞ্চন সংযোগ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰ দৰ্শন কৰি আত্মবিভোৰ হ’লো ৷

May be an image of 5 people and people standing

দুয়োজনা গুৰুৰ মিলনস্থলীৰ নয়নভিৰাম দৃশ্যই মোক আপ্লুত কৰিলে ৷

May be an image of 3 people and people standing

সত্ৰখনিত প্ৰৱেশ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুয়োজনাক স্মৰণ কৰি মোৰ কোটি কোটি প্ৰণিপাত যাঁচো ৷ তেৰাৰ কৃপাদৃষ্টিত ৰাজ্যবাসীৰ কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰিছো ৷

May be an image of 5 people and people standing

Mesmerized by the historic Shankar-Madhav’s Manikanchan Sanjog at Sri Sri Dhuwahat Belguri Satra in Narayanpur of Lakhimpur Dist. May the blissful amalgamation of the teachings & goodness of the two gurus grace us with blessings & oneness.