আজি দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী লক্ষিমী গোস্বামীৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত খনৰ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ।

আজি দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী লক্ষিমী গোস্বামীৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত খনৰ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ।

May be an image of 3 people, people standing and outdoors

পৰ্যালোচনা কালত পঞ্চায়তখনত চৰকাৰে জনহিতাৰ্থে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ৰূপায়ণ তথা অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে অৱগত হওঁ আৰু আগন্তুক সময়ত গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে ৰূপায়িত হ’ব লগা আঁচনি সমূহৰ সামগ্ৰিক পৰিকল্পনা যুগুত কৰোঁ৷

May be an image of 4 people, people standing and outdoors

পঞ্চায়তখনৰ প্ৰতিনিধি সকলৰ কৰ্ম উদ্যম প্ৰত্যক্ষ কৰি মই নিশ্চিত হৈছোঁ যে- অনাগত সময়খিনিত পঞ্চায়তখনে সৰ্বতোপ্ৰকাৰে ৰাইজৰ কাম নিষ্ঠাৰে কৰি যাবলৈ সক্ষম হ’ব।

May be an image of 10 people, people sitting, people standing and indoor

আজিৰ এই কাৰ্যসূচীত বিজেপি যোৰহাট জিলাৰ সভাপতি শ্ৰী কামাখ্যা মোহন দাসকে আদি কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু পঞ্চায়তৰ সদস্য সকলৰ লগতে সচিবো উপস্থিত থাকে ৷

May be an image of 5 people, people sitting, people standing and indoor

Progressive rural development is our priority. Visited the residence of Mrs. Lakshmi Goswami, President of Dhekargaon GP under Dergaon LAC & reviewed various schemes. In our interaction, comprehensive plans for the overall development were made.
May be an image of 4 people, people sitting and indoor