ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটৰ বিয়োগৰ খবৰত অতিকৈ মৰ্মাহত হৈছোঁ।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটৰ বিয়োগৰ খবৰত অতিকৈ মৰ্মাহত হৈছোঁ। তামিলনাডুৰ নীলগিৰিত হোৱা শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত হৈ অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰা সুদক্ষ সেনা বিষয়া গৰাকীৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি।

May be an image of 1 person, military uniform and outdoors

ভাৰতীয় সেনা বাহিনীক সন্মুখৰ পৰা নেতৃত্ব দিয়া সেনা বিষয়া গৰাকীৰ নিষ্ঠাভৰা সেৱা, দক্ষতা আৰু সাহসক সদায় দেশবাসীয়ে মনত ৰাখিব। তেখেতৰ পুণ্য আত্মাৰ সদ্গতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।