আজি পাঠশালাৰ বৰসাদেৰী বুঢ়াগোঁসাইঘৰৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰোঁ ৷ অঞ্চলটোৰ গণ্যমান্য ব্যক্তি তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হ’লো ৷

এই নামঘৰটিয়ে আগন্তুক দিনত অঞ্চলবাসী ৰাইজক আধ্যাত্মিক চিন্তা-চেতনাৰ উৎকৰ্ষ সাধন কৰাৰ লগতে আমাৰ পৰম্পৰাগত কলা-সংস্কৃতিৰ উত্তৰণ ঘটাত সহায় কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

Namghars are an integral part of Assamese cultural, social & spiritual life.
Pleased to formally inaugurate the construction of Barsaderi Buragohainghar in Pathsala in the presence of other dignitaries & devotees.






