আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ৰংমহল ৰাজহ গাঁও, লেঙা ৰাজহ গাঁও আৰু সাতগাঁও ৰাজহ গাঁৱৰ অন্তৰ্গত উত্তৰ লেঙা, দক্ষিণ লেঙা, নামসুত্ৰচুপাকে আদি কৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ পানীৰ সমস্যাৰ বুজ লওঁ ৷

May be an image of 8 people, people standing and sky

এই পৰিদৰ্শন কালত দুটাকৈ পানী যোগান আঁচনি তদাৰক কৰাৰ লগতে উক্ত গাঁও কেইখনত বৰ্তমানলৈকে ‘জল জীৱন মিছন’ৰ মানচিত্ৰত নথকা অঞ্চলসমূহত অতি শীঘ্ৰেই পানী যোগান আঁচনি স্থাপন কৰিবলৈ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ প্ৰদান কৰোঁ ৷

May be an image of 6 people and outdoors

এই পৰিদৰ্শন কালত মোৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰতি বিশেষ কৰ্তব্যৰত বিষয়া (OSD) শ্ৰী হেমন্ত চৌধুৰী উপস্থিত থাকে ৷

May be an image of 6 people, people standing and tree

May be an image of 4 people, people sitting, people standing, tree and outdoors

May be an image of 9 people, outdoors and tree