আজি বৰপেটাৰোডত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি প্ৰশিক্ষণ সভা সম্বোধন কৰোঁ ৷

ভাৰতীয় জনতা পার্টিৰ সাংগঠনিক দিশ শক্তিশালী কৰাত দলৰ প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাৰ অৰিহণা আছে। আজি প্ৰশিক্ষণ সভাখনি সম্বোধন কৰি বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলক সেৱাই সংগঠন মূলমন্ত্ৰক সাৰোগত কৰি দল আৰু ৰাইজৰ বাবে আগবঢ়াই যাবলৈ আহ্বান জনাওঁ।

Our Karyakartas strengthen the party at every level
Addressed a BJP training meeting at Barpeta Road Nagar Mandal, where I urged the Karyakartas to take our party motto forward to the people with diligence & dedication.