আজি চিৰাং জিলাত মিত্ৰদল ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠক সম্বোধন কৰোঁ।

আজি চিৰাং জিলাত মিত্ৰদল ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠক সম্বোধন কৰোঁ।

উক্ত বৈঠকত চিৰাং জিলাৰ ইউপিপিএলৰ দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে ৰাজ্য চৰকাৰে হাতত লোৱা উন্নয়নমূলক কাম-কাজ সমূহ সুচাৰুৰূপে আগুৱাই নিয়াৰ ক্ষেত্ৰত মত-বিনিময় কৰোঁ আৰু তেখেতসকলৰ সক্ৰিয় সহযোগিতা কামনা কৰি আহ্বান জনাওঁ ৷

এই বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক তথা বিজনীৰ বিধায়ক শ্ৰী অজয় ৰয়, চিৰাং জিলাৰ বিজেপিৰ সভাপতি শ্ৰী ৰিন্টু কুমাৰ দাস, চিৰাং জিলাৰ ইউপিপিএলৰ সভাপতি শ্ৰী গুণেশ্বৰ গয়াৰী আৰু সাধাৰণ সম্পাদক শ্ৰী ওম প্ৰকাশ শৰ্মাকে আদি কৰি মিত্ৰদলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Addressed a meeting with the BJP ally, UPPL at their office in Chirang Dist. Discussed the future course for our dynamic development. Urged the party workers to strengthen the party’s position.

BJP State Secretary & MLA of Bijni, Shri Ajay Rai & others attended the meeting.