“দিব্য কাশী ভব্য কাশী”

“সনাতন” সংস্কৃতি হৈছে বিশ্বৰ আটাইতকৈ পুৰণি সংস্কৃতি ৷

আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্রীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ‘সনাতন’ সংস্কৃতিৰ পীঠস্থান শ্ৰী কাশী বিশ্বনাথ ধামৰ নব্য ভব্যৰূপ দেশবাসীৰ ওচৰত সমৰ্পণ কৰিব।

এই ঐতিহাসিক দিনটোৰ শুভক্ষণত মই সমগ্ৰ দেশবাসীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ৷





