আজি চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একোখনকৈ পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

আজি চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একোখনকৈ পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

May be an image of 3 people, people sitting, people standing and indoor

চিৰাং জিলাত তিনিওটা বিভাগৰ কাম-কাজৰ অগ্ৰগতিকে আদি কৰি বিভিন্ন চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আৰু সেইসমূহৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ ৷ লগতে, বিভাগৰ কাম-কাজ ক্ষিপ্ৰতাৰে সমাপন কৰি জিলাখনত উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাত নিজ দায়িত্ব পালন কৰিবলৈ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰোঁ ৷

May be an image of 6 people, people standing, people sitting and indoor

আজিৰ এই পৰ্যালোচনা সভাত স্থানীয় বিধায়ক শ্ৰী অজয় ৰয়, বিটিআৰৰ উপাধ্যক্ষ শ্ৰী অভিৰাম মহানায়ক, EM ড° নিলোট স্বৰ্গীয়াৰী, চিৰাং জিলাৰ উপায়ুক্ত আৰু বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

May be an image of 3 people, people standing and text that says "OFFICE OF THE DEPUTY COMM HIRANG ENCE ON"

Overall progress of every district is our priority under HCM Dr Himanta Biswa Sarma Dangoria’s skillful leadership. Addressed a review meeting of the P&RD, PHED & FCS&CA at DC office in Chirang Dist. Urged the officials to work towards proper implementation of various Govt schemes.