এইগৰাকী মহান ৰাষ্ট্ৰ নেতাই দেশৰ ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে অন্যতম ভূমিকা গ্ৰহণ কৰিছিল। সততা, নিষ্ঠাৰে ৰাষ্ট্ৰৰ প্রতি সমৰ্পিত হৈ ৰাষ্ট্ৰ সেৱাৰ অনন্য আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱা ‘লৌহমানৱ’, ভাৰতৰত্ন চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ আদৰ্শই, নিষ্ঠাভৰা দেশ সেৱাই দেশৰ কোটি কোটি জনতাক সদায় অনুপ্ৰাণিত কৰি যাব।





