ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ বৰপেটা জিলাৰ সভানেত্ৰী শ্ৰীমতী জয়া দাসৰ স্বামীৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে ৷

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ বৰপেটা জিলাৰ সভানেত্ৰী শ্ৰীমতী জয়া দাসৰ স্বামীৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে ৷ আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰোঁ ৷ আপোনজনক হেৰুৱাই শোকত বিহ্বল হৈ থকা পৰিয়ালটোক এষাৰি সান্তনাৰ মাত লগাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ যাতে তেখেতসকলক এই শোকাকুল পৰিস্থিতিত ধৈৰ্য ধৰিবলৈ শক্তি প্ৰদান কৰে যেন ৷ শেষত, শ্ৰীমতী জয়া দাসৰ বৈকুণ্ঠগামী স্বামীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ৷

May be an image of 3 people, child, people sitting, people standing and indoor

৷৷ ঔঁম শান্তি ৷৷