সৰ্থেবাৰীস্থিত পাঁচখেল গঞা গয়ৰহৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ ‘ভঁৰাল ঘৰৰ প্ৰথম মহলা’ টি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আজি সৰ্থেবাৰীস্থিত পাঁচখেল গঞা গয়ৰহৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ ‘ভঁৰাল ঘৰৰ প্ৰথম মহলা’ টি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

May be an image of 6 people, people standing and balloon

উদ্বোধনৰ পূৰ্বে সদৌটিৰে কুশল কামনা কৰি শ্ৰীশ্ৰী চতুৰ্ভুজ বিষ্ণু বিগ্ৰহৰ সন্মুখত সেৱা আগবঢ়াওঁ ৷

May be an image of 3 people and people standing

এই ভঁৰালটিয়ে অনাগত দিনত মন্দিৰৰ মূল্যবান সা-সম্পত্তি সমূহ সুৰক্ষিত ৰূপত সংৰক্ষণ কৰি ৰখাত সহায় কৰিব ।

May be an image of 7 people and people standing

Glad to inaugurate Sri Sri Jagannath Mandir’s first floor of the Bharal Ghar in Sarthebari Pachkhel Goyan Goyroh in the presence of devotees. The repository will help in sage storage & preservation of temple’s valuable properties.