কাইলৈৰ পৰা অনুষ্ঠিত হ’ব লগীয়া শীতকালীন অধিবেশনৰ প্ৰাকক্ষণত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, ইউপিপিএল তথা মিত্ৰজোটৰ বিধায়নী দলৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকোঁ।


অনুষ্ঠিত হ’ব লগীয়া অধিবেশন সম্পৰ্কত এই সভাত বিস্তৃত ভাৱে আলোচনা কৰাৰ লগতে অধিবেশনত উত্থাপন হ’ব লগীয়া বিধেয়ক তথা আন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।





