নিজৰ ঘৰৰ বাৰীতে নিজৰ বাবে শাক-পাচলিৰ খেতি কৰা আৰম্ভ কৰক

সকলোকে পুৱাৰ সম্ভাষণ জনাইছো ৷ আপোনালোক সকলোৰে মঙ্গল হওঁক, কুশলে থাকক সকলো তাকে কামনা কৰিছোঁ ৷

May be an image of 1 person and outdoors

আজি প্ৰাতঃভ্ৰমণ কৰাৰ লগতে নিজৰ পাচলি বাৰীখনত কিছু সময় কটাও ৷ বন্ধাকবি, ওলকবিকে আদি কৰি বিভিন্ন প্ৰকাৰৰ সতেজ শাক-পাচলিৰে ভৰি থকা বাৰীখনত থাকি ভাল লাগিল ৷

May be an image of 1 person, standing and outdoors

আপোনালোকেও নিজৰ বাৰীতে এনেদৰে শাক, কবিৰ লগতে লাউ-কোমোৰা আদিৰ খেতি কৰক ৷ ঘৰৰ বাৰীখনৰ সতেজ কবি অথবা শাক এমুঠি খোৱাৰ আমেজ বা আনন্দটো সুকীয়া ৷

May be an image of 1 person, standing, footwear and outdoors