ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলাৰ উদ্যোগত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি আয়োজন কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰোঁ ৷

কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনা আৰু উদ্যমে মোক অতিকৈ আপ্লুত কৰিলে ৷ এই বাইক ৰেলীৰ জৰিয়তে বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰি তেখেতক সশ্ৰদ্ধ স্মৰণ কৰোঁ ৷





