আজি বজালী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ স্থানীয় সম্ভাৱনাপূৰ্ণ তথা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ আৰু সন্থাৰ বিষয়ববীয়াৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেখেত সকলৰ সৈতে মত বিনিময় কৰোঁ।

সন্থাৰ বিভিন্ন কাম-কাজ তথা সমস্যাৱলী সম্পৰ্কত বিস্তৃত আলোচনা কৰাৰ লগতে বিভিন্ন খেলৰ সৈতে জড়িত খেলুৱৈ সকলৰ আগ্ৰহ, অসুবিধা আদিৰ সম্পৰ্কটো আলোচনা কৰোঁ ।খেলুৱৈ আৰু বিষয়ববীয়া সকলক আগন্তুক দিনৰ বাবে মোৰ শুভকামনা যাচিলোঁ ।