আজি বজালী স্প’ৰ্টচ এচ’ছিয়েচনৰ সৌজন্যত অনুষ্ঠিত হোৱা “অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপ ২০২১-২২” ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰোঁ ৷

ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত খেলখনি উপভোগ কৰি নথৈ আনন্দিত হ’লো ৷ যুৱ প্ৰতিভাৰ অন্বেষণ ঘটাবলৈ লোৱা এই প্ৰচেষ্টাৰ বাবে উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ লগতে, খেলুৱৈ সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৷