আজি টিহু বেডমিণ্টন ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ‘বেডমিণ্টন প্ৰতিযোগিতা’ খনিত উপস্থিত থাকি খেল উপভোগ কৰোঁ ৷

আজি টিহু বেডমিণ্টন ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ‘বেডমিণ্টন প্ৰতিযোগিতা’ খনিত উপস্থিত থাকি খেল উপভোগ কৰোঁ ৷

প্ৰতিযোগিতাখনিত সমগ্ৰ টিহু অঞ্চলৰ যুৱকসকলে অংশগ্ৰহণ কৰা দেখি যথেষ্ট ভাল লাগিছে ৷ যিহেতু, এই টিহু অঞ্চলত ক্ৰীড়াৰ এটি সুন্দৰ পৰিৱেশ আছে ৷ বিভিন্ন ক্ৰীড়া যেনে – টাইকোৱাণ্ডো, ভলীবল, ফুটবল, ক্ৰিকেটৰ লগতে আজি বেডমিণ্টন খেলখনতো এনেদৰে খেলুৱৈসকলৰ অংশগ্ৰহণ দেখি স্থানীয় বিধায়ক হিচাবে মই নথৈ আনন্দিত হৈছোঁ ৷

লগতে, তেওঁলোকৰ ক্ৰীড়াক্ষেত্ৰত উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ ৷

May be an image of 4 people and people standing