ভাৰতীয় জনতা পাৰ্টি, টিহু মণ্ডলৰ দ্বিতীয় প্ৰতিষ্ঠাপক সভাপতি, নিষ্ঠাবান আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী চিতল মণ্ডল ডাঙৰীয়া বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে। আজি তেখেতৰ বাসভৱনত এখন্তেক দেখা দি তেখেতৰ স্বাস্থ্যৰ বুজ লওঁ।

তেখেতে এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাবে আমাৰ দলটোৰ স্বাৰ্থত সুচাৰু তথা সক্ৰিয়ভাৱে কৰ্ম সম্পাদন কৰি আহিছে। তেখেতৰ আশু আৰোগ্য কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ৷